1. Where did the name of the river Manas come from? মানস নদীৰ নাম কৰ পৰা আহৰণ কৰা হৈছিল?
Ans - From the serpent goddess Manasa | সৰ্পদেৱী মনসাৰ পৰা
2. What is the Brahmaputra known as after its confluence with the Teesta? তিস্তা নদীৰ সৈতে লগ হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায়?
Ans - The Jamuna | যমুনা
3. What is the name of the river that originates in the Naga Hills? নগা পাহাৰত উৎপন্ন হোৱা নদীখনৰ নাম কি?
Ans - Bhogdai | ভোগদৈ
4. What is the name of the river that originates in the Patkai Hills of Arunachal Pradesh? অৰুণাচলৰ পাটকাই পাহাৰত উৎপন্ন হোৱা নদী খনৰ নাম কি?
Ans - Dihing or Budhi Dihing | দিহিং বা বুঢ়ী দিহিং
5. What is the length of the Brahmaputra River in India? ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?
Ans - The length of the Brahmaputra River in India is 916 km. | ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য ৯১৬ কিলোমিটাৰ।
6. What is the length of the Barak River in India? ভাৰতত বৰাক নদীৰ দৈৰ্ঘ্য কিমান?
Ans - 564 km | ৫৬৪ কিঃমিঃ
7. Where does the Dikrang River flow? ডিক্ৰং নদী কলৈ বৈ গৈছে?
Ans - To Lakhimpur | লখিম পুৰলৈ বৈ গৈছে।
8. What percentage of the total area of Assam is forest? অসমৰ মুঠ অঞ্চলৰ কিমান শতাংশ বনাঞ্চল?
Ans - Forest covers 34.21% of the total area of Assam. | অসমৰ মুঠ অঞ্চলৰ ৩৪.২১% শতাংশ বনাঞ্চল।
9. What is the length of the Dhansiri River? ধনশিৰি নদীৰ দৈৰ্ঘ্য কিমান ?
Ans - 123 km | ১২৩ কিলোমিটাৰ
10. What is the length of the Pagladia River? পাগলাদিযা নদীৰ দৈৰ্ঘ্য কিমান?
Ans - 197 km | ১৯৭ কিলোমিটাৰ
11. What was the Bhogdai River formerly known by? ভোগদৈ নদী পূৰ্বতে কি নামেৰে জনাজাত আছিল?
Ans - It was known as the Dichou River | দিচৌ নদী নামেৰে জনাজাত আছিল
12. Which is the only left tributary of the Barak River? বৰাক নদীৰ একমাত্ৰ বাওঁ উপনদী কোন খন?
Ans - Sonai | সোনাই
13. What is the tributary of the Dikhou River? দিখৌ নদী কৰ উপনৈ ?
Ans - It is a tributary of the Brahmaputra River | ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ
14. Whose tributary is the river Ai? আই নদী কাৰ উপনৈ?
Ans - It is a tributary of the Manas River | মানস নদীৰ উপনৈ
15. The Barak River is located in which district? বৰাক নদী কোন খন জিলাত অৱস্থিত?
Ans - It is located in the district of Kachar | কাছাৰ জিলাত অৱস্থিত
Tags
Assam GK